বেটুপাত
From Wikimania 2012 • Washington, D.C., USA
This page is a
translated version of a page
Main Page and the translation is 28% complete.
|
|
Meet the wiki community in Washington.
- Join us for a gathering of experts, enthusiasts, and those who are just curious, in a center of academia, culture, and technology.
- Engage at the official annual conference of Wikipedia and other Wikimedia projects.
- Relish a world in which every single human being can freely share in the sum of all knowledge.
|
→ Send Feedback to share your thoughts on Wikimania!
→ Photos of Wikimania on Commons!
→ Videos of Wikimania on Youtube!
ৱিকিমেনিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ৱিকি প্ৰকল্পসমূহৰ ব্যৱহাৰকাৰী আৰু সদস্যসকলৰ বাবে আয়োজিত এখন বাৰ্ষিক আন্তৰাষ্ট্ৰীয় সন্মিলন। ৱিকিমেনিয়াই ইয়াৰ ব্যৱহাৰকাৰী আৰু সাধাৰণ জনতাক মুক্ত জ্ঞানৰ প্ৰসাৰৰ বাবে সমগ্ৰ বিশ্বতে হৈ থকা জাগৰণৰ বিষয়ে অৱগত কৰায়।
ৱিকিমেনিয়া প্ৰতি বছৰে বিশ্বৰ বিভিন্ন স্থানত আয়োজন কৰা হয়। ২০১২ চনত এই সন্মিলন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটন ডি চি-ত হব। পূৰ্বৰ ৱিকিমেনিয়া সন্মিলনসমূহ হৈছিল ফ্ৰেংফুট, জাৰ্মানী (২০০৫), বষ্টন, আমেৰিকা (২০০৬), টাইপাই, টাইৱান (২০০৭), আলেকজেন্দ্ৰিয়া, ইজিপ্ত (২০০৮), বুয়েনোচ আইৰেচ, আৰ্জেণ্টিনা (২০০৯), গডনস্ক, পোলেণ্ড (২০১০), আৰু হাইফা, ইজৰাইল (২০১১)-ত।
Partners and Collaborators

Travel Discounts Provided By
For information on air and train travel discounts from these providers, email WikimaniaTravel wikidc.org

|
|
|